Xorupuna | Zubeen Garg | Gouranga Raag| Zubeen Garg Lyrics

Xorupuna | Zubeen Garg | Gouranga Raag| Zubeen Garg Lyrics

Xorupuna | Zubeen Garg | Gouranga Raag| Zubeen Garg Lyrics

Song Name Xorupuna | Zubeen Garg | Gouranga Raag
Singer(s) Zubeen Garg
Composer(s) Gouranga Raag

 

Xorupuna | Zubeen Garg | Gouranga Raag | Zubeen Garg Lyrics

ভাইটি: মাঘতে মোৰ
দাদাৰ বিয়া
ভাবিয়ে লাগিছে কি মজা
দাদা: মৰমৰে
সৰুপোনা
কঁপিব ধৰিছে কলিজা
ভাইটি: আহিব যেতিয়া নবৌজনী
ভৰিব আমাৰে ঘৰখনি
নবৌৰে মৰম পাই অ দাদা
আমাকে পাহৰি নাযাবি
দাদা: কিয়নো ভাবিছ তেনেকৈ
সেইকথা মুখতে নানিবি


ভাইটি: তোৰে পিছত
ঘূৰি-ফুৰি
পাৰ কৰিলোঁ মোৰ লৰালি
দাদা: বাৰীৰ পিছৰ পুখুৰী টোত

কৰিলোঁ কতযে ধেমালি

ভাইটি: দেউতাৰ ভঙা
চাইকেল খনো
আছিলে আবেলিৰ লগৰী,,,
দাদা: তোকে পিছত
বহুৱাই লৈ
পাৰ হৈ গুচি যাওঁ চুবুৰী
ভাইটি:তোৰ অবিহনে অ দাদা
নাপাওঁ সাহসৰে শকতি
দাদা: থাকে যেন দুয়োৰে মৰমবোৰ
ঈশ্বৰক কৰিছোঁ মিনতি

ভা: নবৌৰ দৰে
ধুনীয়া চাই
বিচাৰি দিবি মোক এজনী
দা: নিজৰ ভৰিত
নিজে থিয় হ
যোৱা নাইসময় তোৰ উকলি

ভা: পঢ়া-শুনা
কৰিলোঁ শেষ
নাপালে কি কৰো চাকৰি
দা: মোৰে লগত
খেতিতে ধৰ
দুগুণে হ'ম আমি চহকী

ভা: নাঙলৰ মুঠিতে অ দাদা
ধৰিব লাগিব এইবেলি
দা:এবুকু উলাহে সচাকৈ
মেৰিয়াই ৰাখিব ঘৰখনি

YouTube Video

 

 

Post Navi

Post a Comment

0 Comments